Mobile App

ৰেইকি জ্যোতি মোবাইল এপ

নমস্কাৰ।

ৰেইকি জ্যোতি ৱেবছাইটলৈ আপোনাক আন্তৰিক স্বাগতম।

বৰ্তমান ৰেইকি জ্যোতিৰ কোনো পৃথক মোবাইল এপ Google Play Store বা Apple App Store-ত উপলব্ধ নহয়। কিন্তু শিক্ষাৰ্থীসকলে সহজে ব্যৱহাৰ কৰিব পৰাকৈ ৰেইকি জ্যোতিৰ Progressive Web App সুবিধা উপলব্ধ আছে।

এই এপটো আপুনি মোবাইল ফোন, লেপটপ বা কম্পিউটাৰত Install কৰিব পাৰিব। Install কৰাৰ পিছত আপোনাৰ মোবাইলৰ Home Screen বা কম্পিউটাৰৰ মূল স্ক্ৰীণত ৰেইকি জ্যোতিৰ এটা App Icon দেখা যাব। সেই Icon-ত মাত্ৰ এটা Click কৰিয়েই আপুনি ৰেইকি জ্যোতিৰ ৱেবছাইটত প্ৰৱেশ কৰিব পাৰিব। ব্যৱহাৰৰ অভিজ্ঞতা সাধাৰণ মোবাইল এপৰ দৰেই হ’ব।

ৰেইকি জ্যোতি এপ কেনেকৈ Install কৰিব?

তলত Google Chrome Browser-ৰ উদাহৰণেৰে ধাপে ধাপে বুজোৱা হৈছে।

পদ্ধতি ১: Install App Pop-up ব্যৱহাৰ কৰি

১. ৰেইকি জ্যোতি ৱেবছাইট খোলক।

২. যদি আপোনাৰ স্ক্ৰীণত “Install App” বা “Install” বুলি Pop-up দেখা যায়, তেন্তে সেই বুটামত Click কৰক।

৩. লগে লগে ৰেইকি জ্যোতি এপটো আপুনি ইন্টাৰনেট ব্যৱহাৰ কৰা আহিলাটোত Install হৈ যাব।

পদ্ধতি ২: Browser Menu-ৰ পৰা Install কৰা

যদি Install Pop-up দেখা নাপায় বা ভুলবশত Skip কৰিছে, তেন্তে—

১. Browser-ৰ ওপৰৰ সোঁফালৰ তিনিটা ডট (⋮) মেনুত Click কৰক।

২. মেনুখনত “Install App”, “Install” অথবা “Add to Home Screen” নামৰ অপচন বিচাৰক।

৩. সেই অপচনত Click কৰক।

৪. এপটো আপুনি ইন্টাৰনেট ব্যৱহাৰ কৰা আহিলাটোত Install হৈ যাব।

যদি আপুনি Google Chrome Browser ব্যৱহাৰ কৰা নাই, তেন্তে আপোনাৰ Browser-ৰ Settings বা Menu-ত একে ধৰণৰ Install বা Add to Home Screen অপচন উপলব্ধ থাকিব।

App Permissions

ৰেইকি জ্যোতিৰ এই Progressive Web App-এ কোনো বিশেষ Permission বিচৰা নাই।

এই এপটোৱে মূলতঃ ৰেইকি জ্যোতিৰ ৱেবছাইটক এটা পৃথক App-ৰ দৰে সহজে ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰে। যদি কোনো Permission-ৰ প্ৰয়োজন হয়, সেইটো আপুনি ব্যৱহাৰ কৰা Browser আৰু Operating System-ৰ নিয়ম অনুসৰি পৰিচালিত হয়।

সমস্যাৰ সমাধান (Troubleshooting)

এপটো ব্যৱহাৰ কৰাৰ সময়ত যদি কোনো অসুবিধা অনুভৱ কৰে, তেন্তে তলৰ পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে—

  • Browser-ৰ Cache Clear কৰক।
  • মাজে মাজে Cache Clear কৰি থাকিলে এপটোৰ কাৰ্যক্ষমতা ভাল থাকে।
  • সমস্যা সমাধান নহ’লে এপটো Uninstall কৰি পুনৰ Install কৰক।
  • ইয়াৰ পিছতো সমস্যা থাকিলে আমাৰ সহায়ক দলৰ সৈতে যোগাযোগ কৰক।

শুভেচ্ছা

ৰেইকি জ্যোতিৰ লগত আপোনাৰ আধ্যাত্মিক শিক্ষাৰ যাত্ৰা আনন্দময়, ফলপ্ৰসূ আৰু আলোকময় হওক।

আপোনাৰ অন্তৰাত্মাৰ বিকাশ, মানসিক শান্তি আৰু আত্মউন্নয়নৰ পথত আমি সদায় আপোনাৰ লগত আছোঁ।

ধন্যবাদ।

— ৰেইকি জ্যোতি

Reiki Jyoti Mobile App

Hello,

Welcome to the Reiki Jyoti website.

At present, Reiki Jyoti does not have a separate mobile application available on the Google Play Store or Apple App Store. However, to make learning more convenient for our students, Reiki Jyoti provides a Progressive Web App.

You can Install this app on your mobile phone, laptop, or computer. After Installation, a Reiki Jyoti App Icon will appear on your mobile Home Screen or your computer’s main screen. With just one Click on the Icon, you can access the Reiki Jyoti website directly. The experience will be similar to using a regular mobile application.

How to Install the Reiki Jyoti App?

The following steps are explained using Google Chrome Browser as an example.

Method 1: Using the Install App Pop-up

  1. Open the Reiki Jyoti website.
  2. If you see an “Install App” or “Install” Pop-up on your screen, Click the button.
  3. The Reiki Jyoti App will be Installed immediately on the device you use to access the internet.

Method 2: Installing from the Browser Menu

If you do not see the Install Pop-up or have accidentally skipped it, then—

  1. Click the three-dot menu (⋮) located at the top-right corner of your Browser.
  2. Look for an option named “Install App”, “Install”, or “Add to Home Screen”.
  3. Click that option.
  4. The App will be Installed on the device you use to access the internet.

If you are not using Google Chrome Browser, you can follow the same process through the Settings or Menu of the Browser you use. Most modern Browsers provide a similar Install or Add to Home Screen option.

App Permissions

The Reiki Jyoti Progressive Web App does not require any special Permissions.

This App simply provides a convenient way to use the Reiki Jyoti website as a standalone App. If any Permissions are required, they are managed according to the policies of your Browser and Operating System.

Troubleshooting

If you experience any issues while using the App, you may follow these steps—

  • Clear your Browser Cache.
  • Regularly clearing the Cache helps maintain the App’s performance.
  • If the issue is not resolved, Uninstall the App and Install it again.
  • If the problem continues, please contact our support team.

Best Wishes

May your spiritual learning journey with Reiki Jyoti be joyful, meaningful, and enlightening.

We are always with you on your path of inner growth, peace, and self-development.

Thank you.

— Reiki Jyoti